উত্তৰঃ অসমত অগ্নি পূজাৰ পৰম্পৰা নেগ্ৰিটো গোষ্ঠীৰ আংগামী নগাসকলে প্ৰচলন কৰা বুলি ধাৰণা কৰা হয় ।
Question and Answer Solution
উত্তৰঃ অসমত অগ্নি পূজাৰ পৰম্পৰা নেগ্ৰিটো গোষ্ঠীৰ আংগামী নগাসকলে প্ৰচলন কৰা বুলি ধাৰণা কৰা হয় ।
উত্তৰঃ মাঘ মাহত সূৰ্যউ উত্তৰ মুৱা হৈ গতি কৰে। এই ঋতু পৰিৱৰ্তনৰ সময়ছোৱাকে উত্তৰায়ণ সংক্ৰান্তি বোলে। বহুতে এই সংক্ৰান্তিক মাঘী সংক্ৰান্তী বুলিও কয় ।
উত্তৰঃ হাৰলী ঘৰ ।
উত্তৰঃ হাউৰী উৎসৱ ।