উত্তৰঃ নামদাং নদীৰ ওপৰত থকা নামদাঙৰ শিলৰ সাঁকো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহহ ১৭০৩ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই সাকোৰ দৈৰ্ঘ্য় প্ৰায় ৭০ মিটাৰ আৰু বহলে ৬.৫ মিটাৰ ।
Question and Answer Solution
উত্তৰঃ নামদাং নদীৰ ওপৰত থকা নামদাঙৰ শিলৰ সাঁকো আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহহ ১৭০৩ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিল। এই সাকোৰ দৈৰ্ঘ্য় প্ৰায় ৭০ মিটাৰ আৰু বহলে ৬.৫ মিটাৰ ।
উত্তৰঃ মেজি জ্বলোৱাৰ সময়ত অগ্নিদেৱতাক– ‘অগ্নি প্ৰজ্বলিতং বন্দে জাতবেদ হুতাশনং সুবৰ্ণ বৰ্ণ জ্বলং জ্য়োতি ৰূপায়তে নমঃ ।।’ মন্ত্ৰ উচ্চাৰণ কৰি আৰাধনা কৰা হয় ।
উত্তৰঃ লাওখাৰক্ৰং ।
উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে বড়ো ভাষাৰ শব্দ মাইজীৰ পৰাই মেজি শব্দৰ সৃষ্টি হৈছে ।