উত্তৰঃ মাঘ বিহুৰ সময়ত সাধাৰণতে চাৰিবিধ মেজি সজা দেখা যায়। সেইবোৰ হ’ল বৰমেজি, ফুল মেজি বা মাইকী মেজী, ঠিয় মেজি, চাকি মেজি বা বাহী মেজি ।
Question and Answer Solution
উত্তৰঃ মাঘ বিহুৰ সময়ত সাধাৰণতে চাৰিবিধ মেজি সজা দেখা যায়। সেইবোৰ হ’ল বৰমেজি, ফুল মেজি বা মাইকী মেজী, ঠিয় মেজি, চাকি মেজি বা বাহী মেজি ।
উত্তৰঃ লোকবিশ্বাল অনুসৰি মাঘবিহুৰ দোমাহিৰ দিনটোতেই দৈত্য়ৰাজ বলি আৰু দেৱৰাজ বাসৱৰ মাজত যুদ্ধ হৈছিল। লেই যুদ্ধত বলিয়ে বাসৱৰ হাতত পবাজিত হৈ পাতালপুৰীলৈ পলাই গৈছিল ।
উত্তৰঃ পুহ মাহ যেতিয়া শেষ হয় আৰু মাঘ মাহ যেতিয়া আৰম্ভ হয়। অৰ্থাৎ দোমাহিৰ দিনা মাঘ বিহু পতা হয় ।
উত্তৰঃ বড়োসকলে ভেলাঘৰক বেলগুৰ বুলি কয় ।