পঃৰাগ উদযাপন কৰিবলৈ গঠন কৰি দিয়া সমিতিখনক কি বুলি কোৱা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ লিম্বিৰ য়ামে ।
মিছিং জনগোষ্ঠীৰ লোকসকলে মাঘ বিহুৰ সময়ত কি উৎসৱ উদযাপন কৰে ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ পঃৰাগ ।
নামনি অসমত খোৱা ভোজভাতক বহুতে কি বুলি কয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ নামনি অসমত খোৱা ভোজভাতক বহুতে লাখল ভাত বুলিও কয় ।