নামনি অসমৰ কোনটো অঞ্চল ভঠেলিৰ বাবে বিখ্য়াত ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ হাজো ৰামদিয়া ।
ভঠেলি শব্দটো ক’ৰ পৰা উদ্ভৱ হোৱা বুলি ধাণা কৰা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ ভঠেলী শব্দটো সংস্কৃত ভাষাৰ ভন্ঠলিকা শব্দৰ পৰা উদ্ভৱ হোৱা বুলি ধািণা কৰা হয় । ভন্ঠলিকাৰ অৰ্থ হৈছে আকাশ ।
ভঠেলি উৎসৱত পোতা বাঁহবোৰক কি বুলি কোৱা হয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ দৰা পাৰ আৰি কইনা পাৰ ।
মঙলদৈ অঞ্চলৰ লোকে ভঠেলি উৎসৱক কি বুলি কয় ? Posted on 30/07/202230/07/2022 by Puspa Kakati উত্তৰঃ দেউল উৎসৱ ।