মহোহো উৎসৱত গোৱা গীতটি কি ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ ‘অ হৰি মহো হো মই খেদাইবা টোকানলো। মহে বোলে মইল্ল দে টেপল পুৰা খেলো দে ।’
বৰপেটা জিলাত মহোহো উৎসৱক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ ভাওলালীয়া উৎসৱ ।
দৰং জিলাত মহোহো উৎসৱক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ মইহ খেদা ।
গোৱালপাৰা অঞ্চলত মহোহো উৎসৱক কি বুলি কোৱা হয় ? Posted on 31/07/202231/07/2022 by Puspa Kakati উত্তৰঃ এউৰী ।