উত্তৰঃ অম্বুবাচীৰ সময়ত বসুমতী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় আৰু এই সময়ছোৱাত মানুহে গছ-গছনি গুটি বা শাক-পাচলি আদি নিছিঙে আৰি হাল আদি নাবায় ।
Question and Answer Solution
উত্তৰঃ অম্বুবাচীৰ সময়ত বসুমতী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় আৰু এই সময়ছোৱাত মানুহে গছ-গছনি গুটি বা শাক-পাচলি আদি নিছিঙে আৰি হাল আদি নাবায় ।
উত্তৰঃ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ উল্লেখ থকা অনুসৰি সতীৰ স্বামী শিৱক সতীৰ পিতৃ দক্ষ ৰজাই অপমান কৰাৰ পিছত সতীয়ে খঙতে দেহত্য়াগ কৰিছিল। শিৱই সতীৰ মৃতদেহ কঢ়িয়াই লৈ ত্ৰিভুৱনত ঘূৰি ফুৰোতে সতীৰ দেহৰ অংগ এটা এটাকৈ পৰি ঘৈছিল। সতীৰ যোনিদ্বাৰ পৰা ঠাইত অৰ্থাৎ নীলাচল পাহাৰত কামাখ্য়া মন্দিৰত নিৰ্মাণ কৰা হৈছে ।
উত্তৰঃ উজনি অসমত ষাঁঠ বা অম্বুবাচীক হাত লগা বা হাত ভঙা বুলি কোৱা কয় ।
উত্তৰঃ আহাৰ মাহৰ সাত দিন যোৱাৰ পিছত ।