উত্তৰঃ শস্য়ৰ উৎপাদন বৃদ্ধিৰ বাবে ম’নু উৎসৱ পালন কৰা হয় ।
Month: July 2022
ম’নু উৎসৱ কেতিয়া পালন কৰা হয় ?
উত্তৰঃ প্ৰতি বছৰে এপ্ৰিল মাহত ।
ৰেফ্ৰিজাৰেটৰ প্ৰথম কোনজন আমেৰিকাৰ যন্ত্ৰবিদে ১৯১৩চনত সাজি উলিয়ায়?
উঃ এ এইচ গোজ নামৰ এজন আমেৰিকাৰ যন্ত্ৰবিদে।
নাগালেণ্ডৰ ফ’ম জনগোষ্ঠীৰ লোকসকলে পালন কৰা ম’ন্য়ু উৎসৱ কিমান দিন ধৰি পালন কৰা হয় ?
উত্তৰঃ বাৰ দিন ধৰি ।