উত্তৰঃ অৰুণাচল ষষ্ঠ দালাই লামাৰ জনামস্থান ।
Month: July 2022
অৰুণাচলত কোনে তপস্য়া কৰিছিল ?
উত্তৰঃ বেদব্য়াসে ।
উত্তৰ-পূৰ্বাঞ্চলৰ সূৰ্যোদয়ৰ দেশ নামে পৰিচিত অঞ্চলটো কি ?
উত্তৰঃ অৰুণাচল ।
নাগালেণ্ডৰ বুৰঞ্জীপ্ৰসীদ্ধ নাগিনীমৰাৰ ইতিহাস কি ?
উত্তৰঃ নাগিনীমৰা নগালেণ্ডৰ ম’ন জিলাৰ এটা মহকুমা । ইয়াৰ পূৰ্বৰ নাম আছিল লাখান । কিন্তু ৱাটলুং কন্য়াক নামৰ এগৰাকী নগা কুঁৱৰী আহোম ৰজা এজনলৈ বিয়া হোৱাৰ পিছত লাখানত কুঁৱৰীৰ মৃত্য়ু হয়। তেতিয়াৰ পৰাই সেই ঠাইৰ নাম নাগিনীমৰা হৈ পৰে ।