উত্তৰঃ তেজ অঞ্চলত ।
Month: July 2022
অৰুণাচলৰ প্ৰধান জনগোষ্ঠীকেইটা কি ?
উত্তৰঃ অৰুণাচলৰ প্ৰধান জনগোষ্ঠীকেইটা হ’ল ক্ৰমে- মনপা, শ্বেৰডুক্পেন, খাম্তি, চিংফৌ, আদি , অকা, আপাটানি, মিচিমি, নিচি, মিকু নকটে, ৱানচু আদি ।
অৰুণাচলত কিমানটা জনগোষ্ঠীৰ লোকে বাস কৰি আছে ?
উত্তৰঃ অৰুণাচলত ২৬ টা জনগোষ্ঠীৰ লোকে বাস কৰি আছে ।
কোনে শীত-তাপ নিয়ন্ত্ৰিত পদ্ধতি আৱিস্কাৰ কৰিছিল?
উঃ এ এইচ গাউচে (১৯৩১ চনত)।