উত্তৰঃ ম’পিন উৎসৱ ।
Month: July 2022
বৰফ কোন তৰল পদাৰ্থক ভাহিব নোৱাৰে?
উঃ এলকোহল।
অৰুণাচলৰ বৌদ্ধধৰ্মী সোকসকলে পালন কৰা প্ৰধান উৎসবিধ কি ?
উত্তৰঃ অৰুণাচলৰ বৌদ্ধধৰ্মী লোকসকলে পালন কৰা প্ৰধান উৎসৱবিধ হৈছে চান্কেন উৎসৱ ।
অৰুণাচলৰ কি উৎসৱত গাঁওবাসীৰ ভৰিত কল্য়াণ কামনা কৰি ঊণ গাঁথি দিয়া হয় ?
উত্তৰঃ অৰুণাচলৰ খাম্ উৎসৱত পুৰোহিতে গাওঁবাসীৰ কল্য়াণ কামনা কৰি সকলোৰে ভৰিত ঊণ গাঁঠি দিয়ে ।