উত্তৰঃ জেম্ মালুৰ দেৱতাক ।
Month: July 2022
চন্দ্ৰৰ ব্যাস কিমান?
উঃ ৩৪৭৫ কিলোমিটাৰ।
মিচিমি সম্প্ৰদায়ৰ লোকসকলে পৃথিৱী আৰু জলদেৱীক সন্তুষ্ট কৰিবলৈ কি উৎসৱ অনুষ্ঠিত কৰে ?
উত্তৰঃ টামলাডু ।
মহাকাশৰ শূন্যত ওপঙি থকা পৃথিৱীৰ প্ৰথম ব্যক্তিজন কোন?
উঃ এলেক্সি লিওন্ভ্ (ছোভিটেট ৰুছিয়া)।