উত্তৰঃ মনপা জনগোষ্ঠীৰ দুটি প্ৰধান উৎসৱ হৈছে- লোচাৰ আৰু ট;ৰগ্ৰা ।
Month: July 2022
টাৱাং অঞ্চলত কোন জনগোষ্ঠীৰ লোকৰ সংখ্য়া বেছি ?
উত্তৰঃ মনপা জনগোষ্ঠীৰ ।
টাৱাঙৰ বিশ্ব প্ৰসিদ্ধ বৌদ্ধ মন্দিৰটো কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
উত্তৰঃ ১৬৮১ চনত ।
অৰুণাচলৰ কেইবিধমান প্ৰধান নৃত্য় কি ?
উত্তৰঃ অৰুণাচলৰ কেইবিধমান প্ৰধান নৃত্য় হ’ল- পলুঙ, টেপু, পজুহ, কাচান আলুৱাং, কা-ফিফাই, ৰামভান বুইং, ডুমাই, লাকু বাৱাঙ আদি ।