উত্তৰঃ মথনী উৎসৱ দৰং জিলাৰ কেইখনমান সত্ৰত পালন কৰা হয়।
Question and Answer Solution
উত্তৰঃ মথনী উৎসৱ দৰং জিলাৰ কেইখনমান সত্ৰত পালন কৰা হয়।
উত্তৰঃ পুতনা ৰাক্ষসিনীয়ে বিষাক্ত গাখীৰ খুৱাই শ্ৰীকৃষ্ণক হত্য়া কৰিব বিচাৰিছিল। এই ঘটনাৰ প্ৰতীক চিহ্ন হিচাপে পচতি উৎসৱত পিঠাগুড়ি মানুহৰ গাত ছটিয়াই দিয়া হয় ।
উত্তৰঃ পচতি শব্দটো সংস্কৃত ভাষাৰ পঞ্চ শব্দৰ পৰা উদ্ভৱ হৈছে। শ্ৰীকৃষ্ণৰ জন্মৰ পাঁচদিন পিছত এই উৎসৱ উদযাপন কৰা হয় ।
উত্তৰঃ পাচেতী গীত ।