উত্তৰঃ সাধাৰণতে চাৰি প্ৰকাৰৰ মাঠনি যেনে- বৰ মাঠনি, সৰু মাঠনি, মজলীয়া মাঠনি, চৰাই মাঠনি আদি ব্য়ৱহাৰ হৈছিল ।
Month: July 2022
পুৰণি অসমত স্বৰ্ণ শিল্পত ব্য়ৱহৃত সৰু হাতুৰিটোক কি বুলি কোৱা হৈছিল ?
উত্তৰঃ মাঠনি ।
পৰশুৰাম কুণ্ডৰ সৈতে জড়িত প্ৰবাদটো কি ?
উত্তৰঃ পৌৰাণিক আখ্য়ান অনুসৰি পৰশুৰামৰ পিতৃ জমদগ্নি ঋষিৰ আদেশ মৰ্মে পৰশুৰামে মাতৃ ৰেণুকাৰ শিৰশ্ছেদ কৰিছিল। পিছত পৰশুৰামৰ অনুৰোধ মৰ্মে জমদগ্নি ঋষিয়ে ৰেণুকাক পুনৰ জীৱন দান কৰিছিল। মাতৃ হত্য়াৰ পাপ মোচন কৰিবৰ বাবে পৰশুৰামে এই কুণ্ডৰ কাষত বহি তপস্য়াত নিমগ্ন হৈছিল Read More …