উত্তৰঃ আফুৰি ।
Month: July 2022
সোণোৰীয়ে ব্য়ৱহাৰ কৰা মাটিৰ চুঙাক কি বুলি কোৱা হয় ?
উত্তৰঃ ঘৰ ।
সোণোৰীয়ে বাখৰ খটাবলৈ ব্য়ৱহাৰ কৰা যতনবিধ কি ?
উত্তৰঃ সোণোৰীয়ে বাখৰ খটাবলৈ ব্য়ৱহাৰ কৰা যতনবিধ হ’ল দৰ্জা কটা নৰণি ।
কেইবিধমান ৰেসনিৰ নাম কি ?
উত্তৰঃ পুৰণি সোণৰ শিল্পত ব্য়ৱহাৰ কৰা কেইবিধমান ৰেসনি অৰ্থাৎ বটালি হৈছে ক্ৰমে গুণাধৰা ৰেসনি, ডুমুৰি ৰেসনি, ফুল কটা ৰেসনি, অমৈয়া ৰেসনি, তিনিমুখীয়া ৰেসনি, উপনা ৰেসনি, বাসনা ৰেসনি আদি ।