উত্তৰঃ সৰাহ বা চেপেনা বিভিন্ন ধৰণৰ হ’ব পাৰে । তাৰ ভিতৰত লেপ-আগজোঙা চেপেনা, কাকোন-অকণমানি চেপেনা আদি ।
Month: July 2022
সোণৰ অলংকাৰ তৈয়াৰ কৰিবলৈ ব্য়ৱহাৰ কৰা ডাঙৰ চেপেনাক কি বুলি কোৱা হয় ?
উত্তৰঃ সবাহ ।
সোণোৰীয়ে অলংকাৰ কোবাবলৈ ব্য়ৱহাৰ কৰা কাঠৰ যতনবিধক কি বুলি কোৱা হয় ?
উত্তৰঃ ধেকা ।
সোণোৰীয়ে জুই জ্বলাবলৈ ব্য়ৱহাৰ কৰা ভাটি সাধাৰণতে কি জন্তুৰ ছালেৰে তৈয়াৰ কৰা হয় ?
উত্তৰঃ ছাগলীৰ ছালেৰে ।