সোণোৱাল কছাৰী বিলাকে ‘বাইখ’ পূজা কেতিয়া পালন কৰে ?

উত্তৰঃ সোণোৱাল কছাৰী বিলাকে গাঁৱত থকা ‘বাইখ’ থলিত চ’ত মাহৰ পূৰ্ণিমা তিথিত ‘বাইথ’ পূজা উৎসৱ সমজুৱাভাৱে পাতে ।