অধ্যায়ঃ ১
সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি
১।প্রাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰাৰ বাবে নিৰ্ভৰযােগ্য সমলসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ?
উত্তৰঃ
(১) ভৌগোলিক উপাদান।
(২) সা-সঁজুলি আৰু কাৰিকৰী উপাদান।
(৩) নৃগোষ্ঠীয় উপাদান।
(৪) মৌখিক আৰু লিখিত সাহিত্য।.
(৫) ধমীয় উপাদান।
(৬) লোক-সাংস্কৃতিক উপাদান.
(৭) ভাষা-ভাষিক উপাদান.
(৮) তাম্ৰলিপি আৰু শিলালিৰ বিৱৰণ আদি।
২। নৃতাত্ত্বিক অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰঃ
৩। ভাষাৰ অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ?
উত্তৰঃ
৪। অসমৰ অধিবাসীসকলৰ সংস্কৃতি কেইটা আৰু কি কি জাতিৰ মানুহৰ সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে ?
উত্তৰঃ
৫। নেগ্রিটো জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৬। অষ্ট্রিক জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৭। সংগীতৰ ক্ষেত্ৰত সংস্কৃতিৰ সংমিশ্রণ আৰু সমন্বয় কিদৰে ঘটিছে লিখা ।
উত্তৰঃ
৮। ধর্মীয় দিশত সমন্বয়ৰ সংস্কৃতি কিদৰে সৃষ্টি হৈছে লিখা ।
উত্তৰঃ
৯। স্থাপত্য – ভাস্কৰ্যৰ ক্ষেত্ৰত কিদৰে সাংস্কৃতিক সমন্বয় সৃষ্টি হৈছে লিখা ।
উত্তৰঃ
১০। সাজ – পাৰৰ ক্ষেত্ৰত সংস্কৃতিৰ মিলন কিদৰে হৈছে লিখা ।
উত্তৰঃ