অধ্যায়ঃ৩
শ্বাস-প্ৰশ্বাস
- খালী ঠাই পূৰ কৰা ।
a ) কোষীয় শ্বসনত খাদ্যৰ অক্সিজেন আৰু গ্লুকজৰ অণু ভাঙি গৈ শক্তি উৎপন্ন হয় ।
b ) ইষ্ট কোষত হােৱা অবাত শ্বসনক __ও বােলা হয় ।
c ) পেটৰ ভিতৰত থকা মধ্যচ্ছদা নামৰ, পেশীৰে গঠিত অংশটোৱে উশাহ – নিশাহত সহায় কৰে ।
d ) উদ্ভিদৰ পূৰঠ কাণ্ডৰ বাকলিত থকা বাতৰন্ধ্ৰ নামৰ ছিদ্ৰৰ দ্বাৰা পৰিবেশৰ লগত বায়ুৰ বিনিময় হয় ।
e ) সাগৰৰ পাৰৰ মেংপ্রুভ গছৰ শিপা শ্বাস-ক্ৰিয়া ৰ, বাবে মাটিৰ ওপৰলৈ ওলায় ।
- শুদ্ধ উত্তৰটো বাছি উলিওৱা ঃ
i ) পেশীকোষত হােৱা অবাত শ্বসনত কোনবিধ পদার্থ সৃষ্টি হয় ?
a ) হাইড্র’ক্লৰিক এছিড b ) এছেটিক এছিড c ) কার্বনিক এছিড d ) লেকটিক এছিড
উত্তৰঃ d ) লেকটিক এছিড
ii ) উশাহ লােৱাৰ সময়ত কামিহাড়বােৰ-
a ) ওপৰলৈ উঠে b ) তললৈ নামে c ) লৰচৰ নকৰে d ) উঠা – নমা কৰি থাকে
উত্তৰঃ a ) ওপৰলৈ উঠে
iii ) নিশাহত এৰি দিয়া বায়ুৰ উপাদানৰ ক্ষেত্ৰত কোনটো কথা শুদ্ধ ?
a ) কেৱল অক্সিজেন থাকে b ) কেৱল কার্বন ডাইঅক্সাইড থাকে c ) কেৱল জলীয় বাষ্প থাকে d ) আটাইবােৰ থাকে
উত্তৰঃ b ) কেৱল কার্বন ডাইঅক্সাইড থাকে
iv ) কেঁচুৱে কোনটো অংগ ব্যৱহাৰ কৰি শ্বাস – প্রশ্বাস লয় ?
a ) ক্ষুদ্র হওফাও b ) ছাল c ) ফুল d ) শ্বাসনালী
উত্তৰঃ b ) ছাল
v ) তলৰ কোনটো অংগ প্ৰাণীৰ শ্বাস – প্রশ্বাসৰ লগত জড়িত নহয় ?
a ) জলক্লোম b) কূটপট c ) ছাল d ) পত্ৰৰন্ধ্ৰ
উত্তৰঃ b) কূটপট
- অতি চমুকৈ উত্তৰ দিয়া :
a ) কি কি অৱস্থাত শ্বাস – প্রশ্বাসৰ হাৰ কম – বেছি হ’ব পাৰে ?
উত্তৰঃ
b ) খাদ্যৰ কোনবিধ উপাদানে প্রধানকৈ শক্তিৰ উৎস হিচাপে কাম কৰে ?
উত্তৰঃ
c ) উদ্ভিদদেহৰ কি কি অংগ পৰিবেশৰ লগত বায়ুৰ বিনিময়ত জড়িত থাকে ?
উত্তৰঃ
d ) লালুকীয়ে শ্বাস – প্রশ্বাসত কি অংগ ব্যৱহাৰ কৰে ?
উত্তৰঃ
e ) শ্বাস – প্রশ্বাসৰ বাবে ভেকুলীয়ে হাঁওফাওৰ উপৰিও কি অংগ ব্যৱহাৰ কৰে ?
উত্তৰঃ
- চমু উত্তৰ লিখা :
a ) কেঁচু , মাখি , ভেকুলী , জেঠী আৰু তিমি মাছৰ শ্বসনাংগৰ নাম লিখা ।
উত্তৰঃ
b ) উদ্ভিদৰ শিপাই কেনেদৰে শ্বাস – প্রশ্বাস লয় লিখা ।
উত্তৰঃ
c ) অধিক সময় ধৰি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত গা বিষায় কিয় ?
উত্তৰঃ
d ) আমি হাঁচি আৰু কাহ মাৰোঁ কিয় ?
উত্তৰঃ
e ) শ্বাস – প্রশ্বাসৰ হাৰ মানে কি ? প্রাপ্তবয়স্কসকলৰ এই হাৰৰ মান উল্লেখ কৰাঁ ।
উত্তৰঃ
- বর্ণনাত্মক প্রশ্ন :
a ) মানুহৰ উশাহ – নিশাহ লােৱা পদ্ধতিটো ব্যাখ্যা কৰাঁ ।
উত্তৰঃ
b ) প্রাণীয়ে কিয় শ্বাস – প্রশ্বাস লয় ? অবাত শ্বসন আৰু সবাত শ্বসনৰ মাজৰ অন্ততঃ চাৰিটা প্রভেদ লিখা।
উত্তৰঃ
d ) হাওফাওৰ বাহিৰে অন্য কি কি অংগৰ দ্বাৰা বিভিন্ন প্রাণীয়ে উশাহ – নিশাহ লয় বর্ণনা কৰা ।
উত্তৰঃ
- চিন্তা কৰি উত্তৰ লিখা ;
a ) মাটিত গজা উদ্ভিদৰ শিপা বহুদিন ধৰি পানীত বুৰ গৈ থাকিলে গছজোপা মৰহি যায় কিয় ?
উত্তৰঃ
b ) শিহু , তিমি আদিয়ে মাজে মাজে মূৰটো পানীৰ পৃষ্ঠৰ ওপৰলৈ উলিয়াই দিয়ে কিয় ?
উত্তৰঃ