শংকৰদেৱে সৃষ্টি কৰি থৈ যোৱা তিনি প্ৰকাৰৰ ভটিমাৰ উপৰি মাধৱদেৱে কোন প্ৰকাৰৰ ভটিমা নতুনকৈ সৃষ্টি কৰে ?

উত্তৰঃ গুৰু ভটিমা ।