শংকৰদেৱে কিয় চিহ্নযাত্ৰা ভাওনা অনুষ্ঠিত কৰিছিল ?

উত্তৰঃ শংকৰদেৱৰ আত্মীয়-স্বজনে সাত বৈকুন্ঠ দেখুৱাবলৈ গুৰুজনাক অনুৰোধ কৰাৰ কাৰণে ।