যোগ আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰাধান্য় থকা কেইখনমান গ্ৰন্থও মাধৱদেৱৰ নামত প্ৰচলিত । গ্ৰন্থকেইখন কি কি ?

উত্তৰঃ গুপ্তমণি, গুপ্তসাৰ আৰু অমূল্য় ৰত্ন।