মাধৱদেৱৰ নামঘোষা গ্ৰন্থখনক আন এটা নামেৰেও জনা যায় । সেই নামটো কি বাৰু ?

উত্তৰঃ হেজাৰী ঘোষা বা হাজাৰী ঘোষা ।