মাধৱদেৱে ৰচনা কৰা প্ৰথমটো গুৰু ভটিমাৰ প্ৰথম ফাঁকিটো কি ?

উত্তৰঃ জয় গুৰু শংকৰ সৰ্ব গুণাকৰ

যাকেৰি নাহিকে উপাম

তোহাৰি চৰণকো ৰেণু শত কোটি

বাৰকে কৰোহো প্ৰণাম ।