উত্তৰঃ মণিপুৰৰ প্ৰধান জনগোষ্ঠীকেইটা হ’ল- আংগামি, আইম’ল, এনাল, চিৰো, চ’থি, গেংটি, মাৰ, কাবুই, কাচ্না, কেইৰাও, হয়ৰেং, ক’ম, লামকাং, মাও, মাৰাম, মাৰিম, লুচাই, মনচাং, ম’ন, মেইটি, পোৰুাম, বিষ্ণুপ্ৰিয়া, ৰেলটি, চিমা, চিমটি, চাহতে, টাংখুল, থাদৌ, ভেই-ফি আৰু জু ।