অধ্যায়ঃ ওঠৰ
বৰ্জিত পানীৰ ব্যৱস্থাপনা
- শুদ্ধ উত্তৰটো বাছি উলিওৱা
i ) বর্জিত পানী হল—
a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী c ) ফটফটীয়া পানী d ) পৃষ্ঠ জল
উত্তৰঃ b ) এবাৰ ব্যৱহৃত পানী
ii ) তলৰ কোনটো পানী শােধনৰ যান্ত্রিক পদ্ধতি ?
a ) বর্জ্যদ্রব্য পৃথকীকৰণ b ) বর্জ্যদ্রব্যৰ পচন c ) নিবীর্জকৰণ d ) এটাও নহয়
উত্তৰঃ b ) বর্জ্যদ্রব্যৰ পচন
iii ) বর্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হােৱা দ্রব্যবিধ হ’ল—
a ) প্রতি বা গেদ b ) অধঃক্ষেপ c ) পুতি – জল d ) এটাও নহয়
উত্তৰঃ a ) প্রতি বা গেদ
iv ) তলৰ কোনটোৱে পুতি – জলত থকা সর্বাধিক আৱৰ্জনা দূৰ কৰে ?
a ) উলম্ব দণ্ডবােৰে b ) বােকা বালি কক্ষই c ) বাতায়ন কক্ষই d ) অবক্ষেপণ টেংকে
উত্তৰঃ d ) অবক্ষেপণ টেংকে
v ) বর্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ’ব পাৰে ?
a ) ৰােগ b ) পানী যােগান ব্যৱস্থা প্ৰদূষিত c ) জল – প্ৰদূষণ d ) গােটেইবােৰ
উত্তৰঃ a ) ৰােগ
- খালী ঠাই পূৰ কৰা ;
i ) পানীৰ বিশুদ্ধিকৰণ মানে হ’ল পানীৰপৰা বৰ্জিত পদাৰ্থ নিমূলকৰণ ।
ii ) ঘৰুৱা কাম – কাজৰপৰা উৎপাদিত বর্জিত পানীক পুতি-জল বােলে ।
iii ) শুকান_সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।
iv ) কলেৰা ৰােগৰ বীজাণু পানীত থাকে । ( কলেৰা / ধনুষ্টংকাৰ কেঞ্চাৰ )
v ) পানী শােধনৰ প্রথম পর্যায়ত জৈৱ – অশুদ্ধি দূৰ কৰা হয় । ( প্রথম / দ্বিতীয় / তৃতীয় )
- চমু উত্তৰ দিয়া :
i ) বর্জিত জল বুলিলে কি বুজা ? ইয়াত কি কি থাকে ?
উত্তৰঃ যিবোৰ জল এবাৰ ব্যৱহাৰ কৰাৰ পাছত
ii ) বর্জিত পানী শােধনৰ পর্যায় তিনিটা কি কি ?
iii ) বর্জিত পানী শােধনৰ প্ৰাথমিক আৰু দ্বিতীয় পর্যায় দুটা পার্থক্য লিখা ।
iv ) শােধিত পানী কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি ?
v ) পৰিশােধন কেন্দ্ৰত উৎপাদিত পুতি বা গেদবােৰ কি কৰা হয় ?
vi ) ৰাজহুৱা স্থান বা ঘৰতাে বর্জিত পানীৰ কিয় সুব্যৱস্থাপনা কৰা দৰকাৰ ?
vii ) পানীৰ নির্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদার্থৰ নাম লিখা ।
- উত্তৰ দিয়া
i ) বর্জিত পানীৰ উৎসবােৰ আলােচনা কৰাঁ ।
ii ) ) নর্দমা ব্যৱস্থাৰ বিষয়ে লিখা ।
ii ) পৰিশােধন কেন্দ্ৰত বর্জিত পানী কেনে ধৰণে শােধন কৰা হয় লিখা ।
iv ) বর্জিত পানীৰ পৰিমাণ হ্রাস কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি লিখা ।
v ) বর্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে হ’ব পৰা বিপদসমূহ আলােচনা কৰা ।।
vi ) নর্দমা ব্যৱস্থা নথকা অঞ্চলত বর্জিত পানীৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আলােচনা কৰাঁ ।