বৈদ্যুতিক শ্বকত মানুহৰ কি কাৰণত মৃত্যু হ’ব পাৰে?

উঃ বৈদ্যুতিক প্ৰবাহে মানুহৰ হৃৎপিণ্ডৰ কাৰ্যৰ ক্ষতি কৰে, মগজুলৈ ৰক্তপ্ৰবাহেৰ গতি ধীৰ কৰে, শ্বাস-প্রশ্বাসত বাধা জন্মায়, উচ্চ প্রবাহে আভ্যন্তৰীণ পোৰণ ঘটায়।