বৃন্দাবনীয়া বস্ত্ৰৰ দীঘ-প্ৰস্থ কিমান ?

উত্তৰঃ দীঘলে ছকুৰি (১২০) হাত আৰু প্ৰস্থে তিনিকুৰি (৬০) হাত ।