অধ্যায়ঃ ১৪
বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ
1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা :
( a ) বতাহৰ দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম
( i ) এনেম’মিটাৰ ( i ) উইণ্ড ভেন ( iii ) বেৰ’মিটাৰ ( iv ) থার্ম’মিটাৰ
উত্তৰঃ ( i ) উইণ্ড ভেন
( b ) বতাহৰ দ্ৰুতি নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম-
( i ) এনেম’মিটাৰ ( ii ) উইণ্ড ভেন ( i ) বেৰ’মিটাৰ ( iv ) থার্ম’মিটাৰ
উত্তৰঃ ( i ) এনেম’মিটাৰ
( C ) বিউফর্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ?
( i ) 3 ( ii ) 6 ( iii ) 7 ( iV ) 11
উত্তৰঃ ( iV ) 11
( d ) বায়ু-
( i ) বেছি উষ্ণতাৰ ঠাইৰপৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায় ।
( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় ।
( iii ) সমান উষ্ণতাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ বৈ যায় ।
( iv ) i আৰু ii দুয়ােটাই শুদ্ধ
উত্তৰঃ ( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় ।
( e ) কোনাে ঠাইত বায়ুৰ পৰিমাণ কমি গ’লে বায়ুৰ চাপ
( i ) বাঢ়ে
( ii ) কমে
( iii ) এবাৰ বাঢ়ে আৰু এবাৰ কমে
( iv ) ওপৰৰ এটাও নহয়
উত্তৰঃ ( i ) বাঢ়ে
- চমু উত্তৰ দিয়া ।
( a ) বতাহ মানে কি ?
উত্তৰঃ বায়ু মানে গতিশীল বায়ু।
( b ) বিউফর্ট স্কেল কি ?
উত্তৰঃ বিউৰ্ফট স্কেল মানে বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভয় কৰি 13 টা ভাগত ভাগ কৰিব পৰা ব্যৱস্থা।
( c ) বতাহ কেনেদৰে উৎপত্তি হয় লিখা ।
উত্তৰঃ বায়ুমণ্ডলত থকা দুখন ঠাইৰ উষ্ণতাৰ বাবে বায়ুৰ উৎপত্তি হয়।
( d ) ধুমুহা কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ
(e ) ধুমুহাৰ সৈতে বৰষুণ কেতিয়া আহে ?
উত্তৰঃ
( f ) পৃথিৱীৰ ওপৰত বৈ থকা প্রধান বতাহকেইবিধৰ নাম লিখা ।
উত্তৰঃ
( g ) পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য কেনেদৰে ঘটে লিখা ।
উত্তৰঃ
( h ) কোনবিধ মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয় ?
উত্তৰঃ
( i ) তামিলনাডুৰ প্ৰধান বাৰিষা কালটো কোনবিধ মৌচুমী বতাহৰ বাবে হয় ?
উত্তৰঃ
( j ) বিষুৱীয় ঘূর্ণীবতাহ কাক বােলে ?
উত্তৰঃ
( k ) হাৰিকেন , টাইফুন কাক বােলে ?
উত্তৰঃ
( 1 ) টর্ণেড ’ কি ?
উত্তৰঃ
( m ) ঘূর্ণীবতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ ।
উত্তৰঃ
( n ) বিষুৱীয় অঞ্চল কাক বােলে ?
উত্তৰঃ
( 0 ) চাইক্লনত বতাহ কোন দিশত ঘূৰে ?
উত্তৰঃ
- বিজুলী – ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগা সাৱধানতা কি কি ?
উত্তৰঃ
- মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ ।
উত্তৰঃ