উত্তৰঃ বড়োসকলে চ’ত মাহত গৰু বিহু বা বাথৌ থানত-গোহালিৰ গৰু-ম’হ উলিয়াই বিল, জান-জুৰি বা নৈৰ ঘাটলৈ নি দীঘলতী আৰু মাখিয়তীৰে কোবাই গা ধুৱায়। তাৰ পিছত ঘৰৰ পৰা নিয়া লাউ, বেঙেনা, হালধী আদিৰ টুকুৰাবোৰ গৰু-ম’হৰ গালৈ ছটিয়াই দিয়ে ।
Question and Answer Solution