নিউট্রন কি?

উঃ পৰমাণু কেন্দ্ৰ বা নিউক্লিয়াছত থকা বৈদ্যুতিকভাবে নিৰপেক্ষ এবিধ মৌলিক কণিকা। জেমছ চেডউইক নামৰ ইংৰাজ পদার্থবিদ এজনে নিউট্রন আৱিস্কাৰ কৰিছিল।