নিঃতম গীতসমূহ কেনে অনুষ্ঠানত পৰিৱেশন কৰা হয় ?

উত্তৰঃ নিঃতম গীতসমূহ ধৰ্মীয় অনুষ্ঠানত পৰিৱেশন কৰা হয় আৰু এই গীতসমূহ আবাংনিঃতম আৰু ধৰ্মনিৰপেক্ষ নিঃতম নামে দুটা ভাগত পৰিৱেশন কৰা হয় ।