”নামঘোষাত তিনিটা ভাবৰ মিহলি হৈ বিশাল হৈ আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে।”-নামঘোষাৰ এই মন্তব্য় কোনজন সমালোচকে কৰিছে ?

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে ।