নাগালেণ্ডত ছাং নগাসম্প্ৰদায়ৰ লোকৰ প্ৰধান উৎসৱ কি ?

উত্তৰঃ নাগালেণ্ডৰ ছাং সম্প্ৰদায়ৰ লোকৰ প্ৰধান উৎসৱ হৈছে নাকিয়ুলুম ।