চন্দ্ৰৰ আকাশ কেনে ধৰণৰ?

উঃ চন্দ্ৰৰ ক’লা আকাশত বিচিত্ৰ বৰণৰ তৰা দেখা যায়। এই তৰাবোৰে তিৰবিৰ নকৰে। কাৰণ বায়ুমন্ডলৰ অভাৱ।