‘চজুন’ পূজাত কি কৰাৰ নিয়ম ?

উত্তৰঃ ‘চজুন’ পূজাত প্ৰধানকৈ মন্ত্ৰপাঠ আৰু গাহৰি, মূৰ্গী, পাৰ আদি বলি দিয়াৰ নিয়ম আছে । চজুন উৎসৱত কোনো ধৰণৰ নৃত্য়-গীত কৰা নহয় ।