‘চজুন’ উৎসৱত কি কি দেৱতাৰ পূজা দিয়া হয় ?

উত্তৰঃ চজুন উৎসৱত মাটিৰে এফুটমান ওখ কেইবাটাও বেদী নিৰ্মাণ কৰি প্ৰধান দেৱতা ‘বাৰিখেক’ প্ৰধান্ট কৰি গৃহ দেৱতা ‘হেমফু’ চাৰআৰ নামৰ দেৱতা, আৰণি (সূৰ্য) দেৱতা, আমপিৰটক আদি আৰু দাউনী হি-ইৰ পূজা দিয়া হয় ।