কাৰ্বিসকলে ‘চজুন’ উৎসৱৰ প্ৰস্তুতি কেনেদৰে চলায় ?

উত্তৰঃ কাৰ্বিসকলে ঘৰৰ কাষত মুকলি ঠাই এটাত সৰু সৰু ঘৰ সাজি ‘চজুন’ উৎসৱৰ প্ৰস্তুতি চলায় ।