আকাশ বুলিলে কি বুজায়?

উঃ আকাশ হ’ল সীমাহীন মহাশূন্য। এই সীমাহীন শূন্যতাৰ মাজত নিজ নিজ কক্ষপথত জ্যোতিষ্ক ঘূৰি আছে।