অধ্যায়ঃ ৫
অসমৰ ৰণ-কৌশল, অস্ত্ৰশস্ত্ৰ ইত্য়াদি
১। চমু উত্তৰ লিখাঁ ।
ক ) আহােম ৰজাই লােৱা তৰােৱালখনৰ নাম কি আছিল
উত্তৰঃদা-তৰোৱাল।
খ ) নাও প্রস্তুত কৰাৰ দায়িত্বত থকা ফৈদটোৰ নাম কি আছিল ?
উত্তৰঃনাওশলীয়া বৰুৱা ফৈদ।
গ ) কেতিয়াৰপৰা অসমত বন্দুকৰ প্ৰচলন হৈছিল ?
উত্তৰঃ তুৰ্বকৰ লগত হোৱা যুদ্ধত আহোম সকল জয়ী হৈ কিছুমান আগ্নেয়াস্ত্ৰ হস্তগত কৰিছিল। তোতিয়াৰ পৰাই অসমত বন্দুকৰ প্ৰচলন হৈছিল।
ঘ ) বন্দুক হিচাবে ব্যৱহাৰ কৰা আহােম যুগৰ আহিলাবিধৰ নাম কি আছিল ?
উত্তৰঃ বন্দুক হিচাপে ব্যৱহাৰ কৰা আহোম যুগৰ আহিলাবিধৰ নাম হিলৈ আছিল।
২। উত্তৰ লিখাঁ ।
ক ) চোৰবছা ’ সৈন্যৰ কাম কি আছিল ?
উত্তৰঃ
খ) দগা যুদ্ধ কি ?
উত্তৰঃ
গ) শিলাকুটিবিলাকৰ কাম কি আছিল ?
উত্তৰঃ
৩। আহােম ৰাজ্যৰ সৈন্যবাহিনীত কি কি প্ৰকাৰৰ সৈন্য আছিল উল্লেখ কৰাঁ ।
উত্তৰঃ
৪। আহােম ৰাজ্যৰ সৈন্যবাহিনী পৰিচালনা কৰাৰ প্রধান দায়িত্ব কোন কোন বিষয়াই পালন কৰিছিল ?
উত্তৰঃ
৫। যুদ্ধত ব্যৱহাৰ হােৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ উল্লেখ কৰাঁ ।
উত্তৰঃ
৬। আহােম সৈন্যই যুদ্ধত ব্যৱহাৰ কৰা ধনুকাঁড়ৰ বিষয়ে এটি টোকা লিখা ।
উত্তৰঃ
৭। আহােম সৈন্যবাহিনীত ব্যৱহাৰ হােৱা নাওবিলাকৰ নাম উল্লেখ কৰাঁ ।
উত্তৰঃ
৮। আহােম সৈন্যৰ যুদ্ধৰ কৌশল কেনে আছিল আলােচনা কৰাঁ ।
উত্তৰঃ
৯। আহােমৰ ৰণকৌশল , অস্ত্র – শস্ত্ৰৰ বিষয়ে এটি বিৱৰণ লিখা ।
উত্তৰঃ
Type-Arup koch