অধ্যায়ঃ ৯
অসমৰ বেহা-বেপাৰ
১। চমু উত্তৰ লিখা ।
ক ) কোনজন আহােম ৰজাই পােনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল ?
উত্তৰঃ আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল।
খ ) অসমত চাহ কোনে প্রথমে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ অসমত চাহ ইংৰাজে প্ৰথমে আৱিষ্কাৰ কৰিছিল।
গ ) মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সােণ পােৱা গৈছিল ?
উত্তৰঃ মধ্য়যুগত অসমৰ প্ৰধানকৈ সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল।
২। উত্তৰ লিখা ।
ক ) ফুলগুৰি হাট কিয় বিখ্যাত লিখা ।
উত্তৰঃ
খ ) অসমৰপৰা ৰপ্তানি হােৱা যিকোনাে চাৰিবিধ সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ
গ ) অসমলৈ আমদানি হােৱা যিকোনাে চাৰিবিধ বস্তুৰ নাম লিখ ।
উত্তৰঃ
৩। অসমৰ বেহা – বেপাৰৰ ওপৰত এটি টোকা প্রস্তুত কৰাঁ ।
উত্তৰঃ