অধ্যায়ঃ৮
অসমৰ ঐতিহাসিক মৈদাম আৰু পুখুৰী
১। চমু উত্তৰ লিখা ।
ক ) জয়সাগৰ পুখুৰীটো কোনজন ৰজাই খন্দোৱাইছিল ।
উত্তৰঃ ৰুদ্ৰসিংহই।
খ) শিৱসাগৰ পুখুৰীটো কাৰ নামত উচর্গিত ?
উত্তৰঃ শিৱসিংহৰ নামত।
গ ) আহােম ৰাজত্ব কালৰ কোনটো পুখুৰী আটাইতকৈ পুৰণি বুলি ধৰা হয় ?
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
ঘ) গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনে খন্দাইছিল ?
উত্তৰঃ গুৱাহাটীৰ দীঘলী পুখুৰীটো ৰজা ভগদত্তই খন্দাইছিল।
২। মৈদাম মানে কি বুজা ?
উত্তৰঃ
৩। মৈদাম দিওঁতে কি কি বস্তু দিছিল আৰু কিয় দিছিল ?
উত্তৰঃ
৪। কেতিয়াৰপৰা আৰু কোনজন ৰজাৰ মৃতদেহ আহােম প্রথা মতে আৰু হিন্দু প্রথা মতে দাহ কৰা হৈছিল ?
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
৫। ৰহঢলা মানে কি বুজা লিখা ।
উত্তৰঃ
৬। কি কি কাৰণত পুখুৰী খন্দোৱা হৈছিল লিখা ।
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
৭। আহােম যুগত পুখুৰী খন্দোৱাৰ দায়িত্বত থকা বিষয়কেইজনৰ পদবী কি কি আছিল ?
উত্তৰঃ
৮। হজৰ বৰ্মন কোন আছিল ? তেওঁ ক’ত আৰু কিয় পুখুৰী খন্দোৱাইছিল লিখা ।
উত্তৰঃ
৯। আহােম যুগৰ শ সৎকাৰ পদ্ধতিৰ বিষয়ে লিখা ।
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
১০। শিৱ সিংহৰ মৈদামত ব্যৱহৃত বস্তুবােৰৰ নাম লিখা ।
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
১১। আহােম যুগৰ পুখুৰী খন্দোৱাৰ বা সজোৱাৰ পদ্ধতি দুটাৰ বিষয়ে তােমাৰ ভাষাত চমুকৈ লিখা ।
উত্তৰঃ এই উত্তৰ টো তোমালোকে Comment কৰি উত্তৰ টো দিয়া । নাইবা আমাৰ WhatsApp Number ট SMS কৰি কোৱা ।
১২। আহােম যুগৰ পুখুৰী সম্পর্কে এটি টোকা প্রস্তুত কৰাঁ ।
উত্তৰঃ
Bhagyasri Hazarika