অতি ঠান্ডাত পানীৰ পাইপ কিয় ফাটি যায়? 11/07/202211/07/2022 Puspa Kakati উঃ ঠাণ্ডাত পানী গোট মাৰি বৰফলৈ ৰূপান্তৰিত হয় আৰু আয়তন বাঢ়ি ফলত পানীৰ পাইপ ফাটি যায়। Post Views: 73