ৰুছমিক ইয়াৰ’ বুলিলে কি বুজা যায়?

উঃ চেকেন্ডে প্ৰতি ২৫০ কিলোমিটাৰ গতিৰ আমাৰ হাতীপটীৰ চাৰিওফালে এপাক মাৰি আহোতে সূৰ্যই ২৫০ মিলিয়ন বছৰ লয়। এই সময়ছোৱা ‘কছমিক ইয়াৰ’ বোলে।