সোণোৱাল কছাৰী বিলাকে ‘বাইথ’ পূজা কেতিয়া পালন কৰে ?

উত্তৰঃ সোণোৱাল কছাৰী বিলাকে ‘বাইথ’ পূজা দেওবাৰে আৰম্ভ কৰে । সোমবাৰে বলি-বিধান পূজা পাঠ কৰি মঙবাৰে হৱা বাইথশালৰ আসমত ‘দেও নমাইক’ বহুৱাই পূজাৰ সামৰণি কৰে। এই পূজাত ডেকা-গাভৰুৱে মৃত্য় গীত পৰিবেশন কৰে ।