সোণোৱালী কছাৰীসকলক বাইখ’ পূজা কেইদিনীয়াকৈ পালিত কৰা হয় ? Posted on 13/07/202213/07/2022 by Puspa Kakati উত্তৰঃ তিনিদিনীয়াকৈ। এই উৎসৱৰ লগতে সোণোৱাল কছাৰীসকলৰ ‘হায়দাং হুচুৰি’ আৰু বিহুৰ জন্মলগ্ন সাঙুৰ খাই আছে । Post Views: 68