মাধৱদেৱে ৰচনা কৰা ভক্তিতত্ত্বমূলক গ্ৰন্থকেইখন কি কি ?

উত্তৰঃ নামঘোষা, জন্ম ৰহস্য়, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা ।