মাধৱদেৱে তেওঁৰ ‘ভয়ো ভাই সাৱধান, যাৱে নাহি ছুটে প্ৰাণ’ শীৰ্ষক বৰগীতটো কি প্ৰসঙ্গত ৰচনা কৰিছিল ?

উত্তৰঃ হাতী ধৰিবলৈ ব্য়ৰ্থ হোৱাৰ অপৰাধত শংকৰদেৱৰ জোঁৱায়েক হৰিক আহোম ৰজাই ধৰাই নি মৃত্য়ুদণ্ড দিয়াৰ সময়ত ।