‘ব্লেক হোল’ কাক বোলে?

উঃ মহাকাশৰ যি অংশত তীব্ৰ অভিকৰ্ষণ ক্ষেত্ৰ আছে, যাৰ হাতৰ পৰা কোনো বস্তু বিকিৰনৰ অব্যহতি নাই।